অসম

assam

ETV Bharat / videos

শদিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী লক্ষিণ চেতিয়াক সমৰ্থকৰ উষ্ম আদৰণি

By

Published : Mar 8, 2021, 8:54 AM IST

১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী লক্ষিণ চেতিয়া ৷ দেওবাৰে সমষ্টিত প্ৰৱেশ কৰাৰ লগে লগেই সমৰ্থকসকলে উষ্ম আদৰণি জনায় ৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা শ শ মটৰ চাইকেল, বাহনেৰে আদৰি অনাৰ উপৰিও শদিয়া সমষ্টিৰ টিপুকত হাজাৰ হাজাৰ সমৰ্থক চাকি, বন্তি লৈ প্ৰাৰ্থীগৰাকীক সমষ্টিটোলৈ আদৰি আনে ৷

ABOUT THE AUTHOR

...view details