অসম

assam

ETV Bharat / videos

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ ৰণডংকা বজালে ড৹ শৰ্মাই

By

Published : Oct 25, 2021, 4:29 PM IST

অখিল গগৈৰ চোতালত হিমন্ত বিশ্ব শৰ্মাৰ ৰণদুন্দুভি ৷ মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ ৰণডংকা বজালে খোদ মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰাইজলৈ ড৹ শৰ্মাৰ আহ্বান, ভোট দিয়ক বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক ৷ সমষ্টিৰ উন্নয়ন ক্ষীপ্ৰতাৰে কৰিবলৈ চৰকাৰ যিহেতু বিজেপিৰ, সেয়ে বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয় কৰাই চৰকাৰৰ সকলো সা-সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান ৰাইজক ৷ ১০১ নং মৰিয়নী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনী কেইবাখনো সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস, আগন্তুক তিনিমাহৰ ভিতৰতে বাট পথ, শিক্ষা, স্বাস্থ্য তথা বিভিন্ন আঁচনিৰ সুবিধা আদি সকলো ক্ষেত্ৰতে উন্নয়নৰ মুখ দেখিব ৰাইজে ।

ABOUT THE AUTHOR

...view details