অসম

assam

ETV Bharat / videos

বহু বছৰ তলা নোখোলা ডাকঘৰটো

By

Published : Aug 4, 2019, 10:22 AM IST

Updated : Aug 4, 2019, 2:51 PM IST

চিৰাং, 4 জুলাইঃ চিৰাঙৰ দত্তপুৰ অঞ্চলৰ বহু পুৰণি ডাকঘৰ । বছৰৰ পিচত বছৰ ধৰি খোলা হোৱা নাই ডাকঘৰৰ তলা ৷ ডাকোৱালে নিজৰ ঘৰৰ পৰাই চলায় ডাকঘৰৰ কাম তথাপিও নাহে ডাকঘৰলৈ ৷ অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত ডাকঘৰটোৰ প্ৰয়োজনীয়তা আছে যদিও যত্নৰ অভাৱত জহি খহি গৈছে ডাকঘৰটো ৷
Last Updated : Aug 4, 2019, 2:51 PM IST

ABOUT THE AUTHOR

...view details