অসম

assam

ETV Bharat / videos

2.28 কোটি টকালৈ বৃদ্ধি অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰাজহ

By

Published : Jul 26, 2019, 12:51 PM IST

বহু বিতৰ্কত সোমাই পৰাৰ সময়তে এক যোগাত্মক খবৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ । ১৯৫৮ চনত স্থাপন হোৱা ৰাজ্যিক চিৰিয়াখানাখনে ৰাজহৰ ক্ষেত্ৰত প্ৰথমবাৰলৈ গঢ়িবলৈ সক্ষম হৈছে অভিলেখ । চলিত বিত্তীয় বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাৰ সংগ্ৰহ ২.২৮ কোটি টকা ৰাজহ ।

ABOUT THE AUTHOR

...view details