বছৰৰ প্ৰথমটো বানৰ পাচত কি প্ৰস্তুতি জলসম্পদ বিভাগৰ ? - কেশৱ মহন্ত
বছৰৰ প্ৰথমটো বানৰ পাছতেই সষ্টম ৰাজ্যৰ জলসম্পদ বিভাগ ৷ বান্ধ মেৰামতিৰ কাম হাতত ল’বলৈ নিৰ্দেশ জিলা প্ৰশাসনক ৷ এই বানৰ সংক্ৰান্তত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে যে ইতিমধ্যে এই বানৰ পাছত জনসাধাৰণৰ জীৱন স্বাভাৱিক হৈ পৰিছে আৰু পৰৱৰ্তী বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যৰ জিলা প্ৰশাসন ...