অসম

assam

By

Published : Mar 27, 2021, 10:46 AM IST

ETV Bharat / videos

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে প্ৰাৰ্থী শিৱামণি বৰাই

পুৱা প্ৰায় 7 বজাৰ পৰা ৰাজ্যৰ 47 টা ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ মাজগাঁও উচ্চ বুনিয়াদী মাধ্যমিক বিদ্যালয়তো বহু ভোটাৰে সাব্যস্ত কৰিছে গণতান্ত্ৰিক অধিকাৰ ৷ বটদ্ৰৱাৰ মাজগাঁও উচ্চ বুনিয়াদী মাধ্যমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিবামণি বৰাই ৷

ABOUT THE AUTHOR

...view details