অসম

assam

By

Published : Apr 1, 2021, 5:42 PM IST

ETV Bharat / videos

শিলচৰত ভোটদান সোনাইৰ বিধায়ক আমিনুলৰ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাছাৰতো অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে পুৱাই শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজৰ ভোটকেন্দ্ৰত ভোটদান কৰে সোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক আমিনুল হক লস্কৰে ৷ ভোটদান কৰি সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত আমিনুল হক লস্কৰে কয় যে, বিগত পাঁচ বছৰত কাছাৰত যথেষ্ট উন্নয়ন হৈছে ৷ গতিকে সোনাই সমষ্টিৰ ৰাইজে পুনৰ এবাৰ বিজেপিকে ভোটদান কৰিব ৷

ABOUT THE AUTHOR

...view details