অসম

assam

By

Published : Sep 1, 2020, 5:39 PM IST

ETV Bharat / videos

গাভৰু নৈ কোবাল সোতত উঠি যোৱা মহিলাক জীৱন্তে উদ্বাৰ..

ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে-আপ্ত বাক্যশাৰী প্ৰতিপন্ন হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত ৷ জিলাখনৰ মিছামাৰীত গাভৰু নৈৰ কোবাল সোঁতত উটি যোৱা এগৰাকী মহিলাক স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷ নৈৰ দাঁতিত খৰি সংগ্ৰহ কৰি থকা ফতেমা বেগম নামৰ এগৰাকী মহিলাক আকস্মিকভাৱে অহা বাঢ়নী পানীৰ সোঁতে উটুৱাই লৈ যায় ৷ মহিলাগৰাকীয়ে সাহসেৰে নৈত সাঁতুৰি আহি স্থানীয় লোকৰ সহযোগত পাৰলৈ উঠি আহে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details