অসম

assam

ETV Bharat / videos

মাকক বিচাৰি হাহাকাৰ এটি 11 বছৰীয়া কিশোৰ - শিৱসাগৰ

By

Published : Oct 22, 2021, 8:19 PM IST

‘‘ক’তেনো আছা মোৰ আই, কাতৰে মাতিছো শুনিছানে নাই ৷ তুমি অতদিনে ক’ত আছা ? এবছৰেই হ’ল অ’ তোমাক দেখা নাই ৷ আজি এবছৰে মই ঘৰত কাম কৰি আছো ৷ তুমি য’তেই আছা ঘৰলৈ গুচি আহা ৷’’ মাকৰ বুকুৰ উম বিচাৰি হাহাকাৰ কৰিছে শিৱসাগৰ জিলাৰ আমগুৰি কলেজ তিনি আলিৰ এই 11 বছৰীয়া কিশোৰটিয়ে ৷ কাতৰেৰে মাকক কাষলৈ মাতিছে কিশোৰটিয়ে ৷

ABOUT THE AUTHOR

...view details