অসম

assam

By

Published : May 25, 2019, 11:50 AM IST

ETV Bharat / videos

বিজ্ঞানত বিহালীৰ বিশালৰ সাফল্যঃ লাভ কৰিলে পঞ্চম স্থান

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান স্থান দখল কৰিলে বিশ্বনাথৰ বিহালীৰ বিশাল বৰুৱাই । নগাঁও ৰামানুজন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হৈছিল বিশাল বৰুৱা ।

ABOUT THE AUTHOR

...view details