অসম

assam

ETV Bharat / videos

উৰিত স্থানীয় লোকৰ সৈতে নৃত্য কৰিলে অভিনেতা বিকী কৌশলে

By

Published : Mar 8, 2021, 10:22 AM IST

ভাৰতীয় সেনাৰ ডেগাৰ ডিভিজনে যুৱ প্ৰতিভা সমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে ‘উম্মীদ কী চেহেৰ’ নামৰ এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে ৷ এই অনুষ্ঠানটি উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰিত অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত বলীউডৰ অভিনেতা বিকী কৌশল আৰু সোণাল চৌহানে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details