অসম

assam

মহানগৰীৰত দিন-দুপৰতে দুৰ্বৃত্তই থপিয়ালে মহিলাৰ বেগ

By

Published : Apr 29, 2023, 2:03 PM IST

ETV Bharat / videos

Snatching in Guwahati: মহানগৰীৰ চাৰ্ভেত দিন-দুপৰতে দুৰ্বৃত্তই থপিয়াই নিলে মহিলাৰ বেগ

গুৱাহাটী, ২৯ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ বেলতলাত পুৱাই সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ মহানগৰীৰ চন্দন নগৰত স্কুটিত অহা দুৰ্বৃত্তই থপিয়াই নিলে মহিলাৰ টকাৰ বেগ ৷ এই শিহৰণকাৰী দৃশ্য বন্দী হল CCTV ত (Snatched from Women in Guwahati) ৷  

পুৱাতে স্কুটিত অহা দুই দুৰ্বৃত্তই থপিয়াই নিলে ম’বাইলসহ মহিলাৰ টকাৰ বেগ ৷ চন্দন নগৰৰ অজিত এনক্লেভ নামৰ এপাৰ্মেন্টৰ এঘৰ আবাসীৰ ঘৰত বনকৰা মহিলা হিচাবে কৰ্মৰত আছিল মহিলাগৰাকী ৷ পুৱাতেই ঘৰৰ পৰা কামলৈ ওলাই আহিছিল মহিলাগৰাকী ৷

সেই সময়তে স্কুটীত অহা দুটা চিলনী চোৰে থপিয়াই লৈ যায় চন্দনা কলিতা নামৰ বনকৰা মহিলাগৰাকীৰ বেগটো ৷ লগে লগে হুৱা দুৱাৰ সৃষ্টি হয় যদিও পলাই যাবলৈ সক্ষম হয় চিলনী চোৰ দুটা (Snatching in Guwahati) ৷ মহিলাগৰাকীয়ে জনোৱা অনুসৰি বেগটো মুল্যবান কাগজ-পত্ৰ থকাৰ উপৰিও নগদ ধন আৰু এটা ম’বাইল ফোন আছিল (Thief snatching a bag from a woman in Guwahati) ৷

লগতে পঢ়ক:Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ

ABOUT THE AUTHOR

...view details