অসম

assam

By

Published : Oct 26, 2022, 10:24 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Child recovered at Nalbari railway station: নলবাৰীত মানস-ৰাইনো ৰে'লৰ পৰা উদ্ধাৰ দুটি কিশোৰ

নলবাৰীত মানস-ৰাইনো ৰে'লৰ(Manas Rhino Passenger Train) পৰা বুধবাৰে চিআৰপিএফে দুটাকৈ কিশোৰক উদ্ধাৰ কৰে(Child rescue in Nalbari) । কিশোৰ দুটা টংলাৰ পৰা মানস-ৰাইনো ৰে'লেৰে আহি নলবাৰীত উপস্থিত হোৱাৰ পিছত আৰ পি এফে দুয়োকে উদ্ধাৰ কৰে(Child Recovered by Nalbari Railway Police) । কিশোৰ দুটি ক’ৰ পৰা আহি কেনেকৈ সেই স্থানত উপস্থিত হ’ল বা ক’লৈ তথা কাৰ লগত আহিছিল এই সন্দৰ্ভত তেওঁলোকক সোধপোছ কৰি আছে ৰেল’ৱে আৰক্ষীয়ে । অভিভাৱক বিহীন কিশোৰ দুটিৰ ঘৰৰ ঠিকনা বৰ্তমানলৈ জানিব পৰা নাই বুলি জানিবলৈ দিয়ে নলবাৰী ৰেলৱে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details