অসম

assam

By

Published : Jan 11, 2023, 8:46 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Trains obstructed: দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে ৰে’লগেট, কেইবাখনো ৰে’ল আবদ্ধ

গুৱাহাটীৰ পানীখাইতিত ভয়ংকৰ দুৰ্ঘটনা (Accident at Panikhaiti) ৷ ৮ খনকৈ ৰে’লগাড়ীৰ চলাচল বন্ধ ৷ দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ৰে’লৱে গেট (Truck hits railway gate) । AS 01 HC 8186 নম্বৰৰ দ্ৰুতবেগী ট্ৰাকখনৰ খুন্দাত ভাঙি যায় ৰে’ল গেটখন ৷ ৰে’লগেটখন ভাঙি ৰেলৰ বৈদ্যুতিক তাঁৰত লাগি ধৰাৰ ফলত উজনি আৰু নামনিৰ মাজত চলাচল কৰা ৰে’লগাড়ী সমূহৰ যাত্ৰা বন্ধ হৈ পৰিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details