অসম

assam

জোনমণি ৰাভালৈ শেষ শ্ৰদ্ধা

By

Published : May 16, 2023, 1:13 PM IST

ETV Bharat / videos

SI Junmoni Rabha: SI জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন; নগাঁও আৰক্ষীৰ শেষ শ্ৰদ্ধা

নগাঁও, 16 মে’ :  নগাঁও সদৰ আৰক্ষী থানাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাক । উল্লেখ্য যে, সোমবাৰৰ নিশা এক পথ দুৰ্ঘটনাত নিহত হয় মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৷ ইয়াৰ পিচতে আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ পথিওৱা হয় (SI Junmoni Rabha ) ৷

মৰণোত্তৰ পৰীক্ষাৰ অন্তত নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহটো লৈ অনা হয় ৷ ইয়াৰ পিচতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে সদৰ থানাখনৰ পৰিৱেশ । নগাঁও সদৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ নশ্বৰ দেহৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে সহকৰ্মীসকলে  (SI Junmoni Rabha died in accident)।

বৰ্তমান নগাঁৱৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ লৈ অনা হৈছে আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ ৷

লগতে পঢ়ক :  SI Junmoni Rabha: শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ABOUT THE AUTHOR

...view details