অসম

assam

By

Published : Dec 14, 2022, 5:15 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Eviction of encroachment: বটদ্ৰৱাৰ বেদখলকৃত ভূমি উচ্ছেদৰ বাবে সাজু প্ৰশাসন

বটদ্ৰৱাৰ হাইডুবিত শ শ আৰক্ষী জোৱান মোতায়ন (Police personnel deployed in Batadrava) । যিকোনো মুহূৰ্ততে চলিব পাৰে উচ্ছেদ অভিযান (eviction drive against encroachment)। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত আৰম্ভ কৰিছে প্ৰস্তুতি (Eviction drive in batadrava) । ইফালে পুৱাৰে পৰা সমগ্ৰ বটদ্ৰৱাত আৰক্ষীৰ কুচকাৱাজ । বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত চলি আছিল সন্দেহযুক্ত নাগৰিকৰ বেদখল (Encroachment in Batadrava) । এই বেদখল উচ্ছেদৰ বাবে দীৰ্ঘদিনে দাবী উত্থাপন কৰাৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযানৰ প্ৰস্তুতি ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details