Uruka of Bhogali Bihu : তৰাজান মাছ বজাৰত উপলব্ধ ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ - হাঁহে মাহে এসাজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী
আজি উৰুকা (Today is Uruka of Bhogali Bihu) ৷ হাঁহে-মাহে এসাজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰজাতিৰ ভিন্ন আকাৰৰ মাছ ৷ ব্যতিক্ৰম নহয় যোৰহাটৰ তৰাজান মাছ বজাৰো (Tarajan fish market in Jorhat) ৷
এই মাছৰ বজাৰত উপলব্ধ হৈছে ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ ৷ চিতল, বাহু, ভকুৱা, আৰি, ৰৌ, বৰালি আদি মাছেৰে উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱা হেঁপাহৰে বহু গ্ৰাহকে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে (Many people gather at Tarajan fish market in Jorhat) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST