অসম

assam

By

Published : Jun 22, 2022, 11:31 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / videos

পুনৰ আৰম্ভ মাজুলী-নিমাতি ফেৰীসেৱা

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলী নিমাতি ফেৰীসেৱা(Majuli Nimati ferry service) । ব্ৰহ্মপুত্ৰৰ জলস্তৰ(Water level of Brahmaputra) হ্ৰাস পোৱাৰ বাবে ফেৰীসেৱা পুনৰ আৰম্ভ কৰা হয় ৷ পূৰ্বৰ সময়সূচী অনুসৰি চলিব ফেৰীসমূহ ৷ ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ হৈ আছিল মাজুলী-নিমাতিৰ ফেৰীসেৱা । ১৭ জুনৰ পৰা বন্ধ আছিল ফেৰীসেৱা ৷ কমলাবাৰী আৰু অফলামুখ দুয়োটা পাৰঘাটত যাত্ৰীৰ ভিৰ ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details