Acquiring Mother Tongue Knowledge: নামতিত মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায় শীৰ্ষক বক্তৃতা অনুষ্ঠান - Acquiring Mother Tongue Knowledge
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাধ্যম আন্দোলনৰ ৫০ বছৰ (50 years of medium movement) উপলক্ষে শিৱসাগৰৰ নামতিত ‘‘মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায়’’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানত (Lecture on Acquiring Mother Tongue Knowledge) সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়া, সভাপতি মানৱ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে । এই অনুষ্ঠানতে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱজ্যোতি নাথে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।
Last Updated : Feb 3, 2023, 8:31 PM IST