অসম

assam

By

Published : Dec 19, 2022, 3:27 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

Eviction at Batadrava: বটদ্ৰৱাৰ লালুং বস্তিতো চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

সোমবাৰে পুৱাতে নগাঁও জিলা প্ৰাশসনে উচ্ছেদ অভিযান চলালে বটদ্ৰৱাৰ বেদখলকৃত ভূমিত (Eviction at Batadrava)৷ প্ৰথমে শান্তিজান বজাৰত থকা বেদখলকৃত ভূমিত বুলড’জাৰেৰে উচ্ছেদ চলোৱাৰ পাছত হাইডুবিৰ বিজ ফাৰ্ম আৰু লালুং বস্তিত আৰম্ভ কৰে অভিযান (Eviction at Batadrava encroached area)৷ বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসনে । লালুংবস্তিত চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে পুখুৰী খন্দাৰ উপৰিও নিৰ্মাণ কৰা সৰু সুৰা বাট পথ এস্কেভেটৰেৰে খান্দি নিচিহ্ন কৰি দিয়ে জিলা প্ৰশাসনে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details