অসম

assam

By

Published : Dec 23, 2022, 1:20 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

BJP Legislative Party meeting: 27 ডিচেম্বৰত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ সম্ভৱনা

ৰাজ্যত বিজেপিৰ চৰকাৰ থাকিলেও সাংগঠনিক দিশ সদা শক্তিশালী কৰি ৰাখিবলৈ তৎপৰ বিজেপি দল (BJP ruled govt in Assam) ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় (BJP Legislative Party meeting) ৷ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক উপস্থিত থাকে । সভাত দলীয় সাংগঠনিক দিশ আৰু বিধায়কসকলে সময়ে সময়ে পালন কৰিব লগীয়া দলীয় দায়িত্বসমূহৰ বিষয়ে আলোচনা কৰা হয় (BJP Party meeting in Guwahati) । উল্লেখ্য যে, দেউৰী পৰিষদখন গঠন (Deuri autonomous council) নোহোৱাত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল । এই সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত দেউৰী পৰিষদৰ 27 ডিচেম্বৰত গঠনৰ সম্ভাৱনাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details