অসম

assam

ETV Bharat / videos

Bijaya dashami2022: তেজপুৰ জাহাজঘাটত দেৱীক বিসৰ্জন কাৰ্যসূচী - মা দূর্গাৰ মৃন্ময় মূৰ্তিৰ বিসৰ্জন কাৰ্যসূচী

By

Published : Oct 5, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

আজি বিজয়া দশমী(Bijaya dashami2022) ৷ তেজপুৰ জাহাজঘাটত আৰম্ভ হৈছে মা দুর্গাৰ মৃন্ময় মূৰ্তিৰ বিসৰ্জন কাৰ্যসূচী(Bijaya dashami celebration at Tezpur) । প্ৰত্যেক বছৰৰ দৰে এই বছৰো শোণিতপুৰ জিলা প্ৰশাসনে নদী আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত কটকটীয়া নিৰাপত্তাৰ মাজৰে দেৱীৰ মৃন্ময় মূৰ্তিৰ বিসৰ্জনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰতিকূল বতৰৰ মাজতে ভক্তসকলে বৈদিক নীতি-নিয়ম অনুসাৰে পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে আজি বিজয় দশমীত ব্ৰহ্মপুত্ৰৰ বুকুত মা দূর্গাৰ মৃন্ময় মূৰ্তি ৰীতি অনুসৰি বিসৰ্জন দিয়ে । উল্লেখ্য যে, তেজপুৰত মুঠ ১৩৬ খন পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে শোণিতপুৰ জিলাত এইবাৰ পূজা অনুষ্ঠিত হৈছে ৪১২ খন(Durga puja 2022) ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details