কাৰ চান্দা প্ৰীতিৰ বাবে গুৱাহাটীবাসীয়ে খোৱা পানী নোপোৱাৰ কথা কৈছে লুৰীণে ? - গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC election 2022) বাবে ভোট বিচাৰি গৈ মহানগৰবাসীৰ খোৱা পানীৰ সমস্যাৰ কথা উলিয়ালে অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (AJP president Lurin Jyoti Gogoi) ৷ খোৱা পানীৰ সমস্যাৰ বাবে চান্দাৰ প্ৰসংগ উলিয়ালে অজাপৰ সভাপতি গৰাকীয়ে ৷ মূলত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে এই সন্দৰ্ভত জগৰীয়া কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে লুৰীণ জ্যোতি গগৈয়ে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST