অসম

assam

By

Published : Feb 26, 2022, 6:48 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

Ranbir's response to Gangubai Kathiawadi: গংগুবাই কাথিয়াৱাড়ী সম্পৰ্কত আলিয়াই নাজানে ৰণবীৰৰ মনৰ কথা !

মুক্তিৰ পিছতো ছবিৰ প্ৰচাৰত ব্যস্ত আলিয়া (Alia bhatt gangubai kathiawadi promotion) ৷ গংগুবাই কাথিয়াৱাড়ীয়ে মুক্তিৰ পিছতে লাভ কৰিছে বিপুল জনপ্ৰিয়তা ৷ আলিয়াই অনুৰাগীৰ লগতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰিছে ৷ মুম্বাইত ছবিখনৰ প্ৰচাৰ চলাই থকা সময়ত পৰিয়ালৰ লোকে ছবিখন চাই কেনেকুৱা পালে বুলি সোধা প্ৰশ্নৰ উত্তৰত আলিয়াই কয় যে তেওলোকে ইতিমধ্যে ছবিখন চাইছে যদিও পুনৰ দৰ্শকৰ সৈতে চিনেমাগৃহত চাবগৈ ৷ তেওলোক সকলোৱে ছবিখন চাই ভাল পাইছে বুলি জানিবলৈ দিলে অভিনেত্ৰী গৰাকীয়ে ৷ ইপিনে ৰণবীৰ কাপুৰে ছবিখনৰ প্ৰসংগত কি কয় (Alia Bhatt on Ranbir reaction to gangubai kathiawadi) বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কি ক’লে আলিয়াই তাকে জানিবলৈ চাওক ভিডিঅ’টো-
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details