অসম

assam

ETV Bharat / videos

ঘৰতে প্ৰস্তুত কৰক মসৃণ তথা সোৱাদেৰে ভৰা লালমোহন - ঘৰতে প্ৰস্তুত কৰক মসৃণ তথা সোৱাদেৰে ভৰা লালমোহন

By

Published : Aug 3, 2020, 8:39 PM IST

বহু সময়ত স্বাস্থ্য সচেতন লোকসকলে লালমোহন নিজৰ খাদ্যাভাসত সন্নিবিষ্চ কৰাৰ পৰা বিৰত থকা দেখা যায় ৷ কিন্তু গোলাপৰ সোৱাদেৰে ভৰা, খৈয়াযুক্ত সোণালী লালমোহন খোৱাটো এৰাই চলা হয়তো আপোনাৰ বাবে বাৰুকৈয়ে কঠিন কাম ৷ আপোনাৰ এইবেলিৰ ৰাখীবন্ধন এই লালমোহন ৰেচিপিৰ সৈতে কৰি তোলক বিশেষ ৷

ABOUT THE AUTHOR

...view details