অসম

assam

ETV Bharat / videos

ঘৰতে সহজভাৱে তৈয়াৰ কৰক সুস্বাদু মিল্ক কেক - ঘৰতে সহজভাৱে তৈয়াৰ কৰক সুস্বাদু মিল্ক কেক

By

Published : Aug 12, 2020, 7:56 PM IST

আপোনাৰ মিঠা খোৱাৰ প্ৰতি থকা হেপাঁহ অতি সহজেই দূৰ কৰিব পাৰে মিল্ক কেকে, যদিহে আপোনাৰ ঘৰত গাখীৰ, ঘিউ আৰু চেনী আছে ৷ সময় সলনিৰ সমান্তৰালকৈ এই সুস্বাদু মিঠাই প্ৰস্তুতৰ ক্ষেত্ৰত সন্নিবিষ্ট হৈছে কিছুমান নতুন নতুন পদ্ধতি ৷ এই ৰেচিপিত আমি সহজ পদ্ধতিৰে মিল্ক কেক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিছো কিছুমান পৰম্পৰাগত পদ্ধতি ৷ যদি আপুনি এই ক্ষেত্ৰত নতুন আৰু আপোনাৰ ধৈৰ্য আছে তেন্তে, এই ৰেচিপিৰে আপুনিও তৈয়াৰ কৰিব পাৰে সকলোকে আশ্চৰ্য কৰিব পৰা নিখুত মিল্ক কেক ৷

ABOUT THE AUTHOR

...view details