অসম

assam

ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত

By

Published : Apr 10, 2023, 7:38 PM IST

ETV Bharat / videos

Operation against Drugs: জোনাইত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

জোনাই, 10 এপ্ৰিল :জোনাই মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ৷ দেওবাৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত টিএমপিকে, অৰুণাচলৰ ছাত্ৰ সংগঠন আৰু ড্ৰাগছ মুক্ত এটা টিমৰ সহযোগত জোনাই আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই বিজয়পুৰ দলঙৰ সমীপত দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰে (Operation against Drugs) ৷  

আটক কৰা যুৱক দুজন হৈছে নামনি বিজয়পুৰৰ খগেন দলে আৰু আনজন মেম্বাৰচুক গাঁৱৰ বুলি জানিব পৰা গৈছে যদিও নামটো জানিব পৰা হোৱা নাই ৷ যুৱক দুজনৰ পৰা তালাচী চলাই প্ৰায় 1.66 গ্ৰাম নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে l উল্লেখ্য যে, যুৱক দুজনে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে (Drugs seized at Jonai) ৷

লগতে পঢ়ক :Suicide in Nalbari: নলবাৰীত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details