অসম

assam

ETV Bharat / videos

ফুলেশ্বৰ বসুমতাৰী-যাৰ বাবে প্ৰতিটো দিনেই পৰিৱেশ দিৱস

By

Published : Jun 4, 2019, 11:57 PM IST

কেন্দ্ৰীয় চৰকাৰৰ কৰ বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া ফুলেশ্বৰ বসুমতাৰী ৷ প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বাবে যি ঠাইলৈকে বদলি হৈ যায় তাতেই ৰোপণ কৰে গছপুলি । কেৱল গছপুলি ৰোপণ কৰিয়েই দায়িত্ব সামৰা নাই বিষয়াগৰাকীয়ে ৷ প্ৰতিমাহে নিজৰ গাঁঠিৰ ধন খৰচ কৰি গছপুলিৰ যতন লয় বসুমতাৰীয়ে ৷

ABOUT THE AUTHOR

...view details