অসম

assam

By

Published : Sep 28, 2020, 2:18 PM IST

ETV Bharat / videos

বলুকা ভাস্কৰ্যৰে লতা মংগেশকাৰলৈ জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

কন্ঠশিল্পী লতা মংগেশকাৰৰ 91 সংখ্যক জন্মদিন উপলক্ষে প্ৰখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী সাগৰৰ তীৰত বালিৰে কন্ঠশিল্পীগৰাকীৰ ভাস্কৰ্য নিৰ্মান কৰি উলিয়াইছে ৷

ABOUT THE AUTHOR

...view details