তলাবন্ধৰ সময়ছোৱাত আপুনি কি কি কৰিব পাৰে আৰু কি কি নোৱাৰে !
কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছে 21 দিনীয়া তলাবন্ধৰ ৷ প্ৰকৃততে তলাবন্ধ এক প্ৰকাৰৰ সান্ধ্য আইন যদিও সান্ধ্য আইনৰ তুলনাত তলাবন্ধৰ সময়ছোৱাত কিছু শিথিলতা অবলম্বন কৰা হয় ৷ তলাবন্ধৰ সময়ছোৱাত জনতাৰ সুবিধাৰ্থে জৰুৰীকালীন সেৱাসমূহ খোলা থাকে ৷ লগতে জৰুৰীকালীন সেৱাসমূহ উপভোগৰ বাবে জনসাধাৰণ নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাব পাৰে ৷ তলাবন্ধৰ এই সময়ছোৱাত আপোনালেক কি কি কৰিব পাৰে এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-
TAGGED:
lock down news