অসম

assam

ETV Bharat / videos

পদপথত নাহৰফুটুকীৰ বিশ্ৰাম

By

Published : Jun 9, 2020, 2:04 PM IST

অন্ধপ্ৰদেশৰ কুৰণালত পদপথতে বিশ্ৰাম কৰে এটা নাহৰফুটুকীয়ে ৷ আতংকিত হৈ পৰে পদপথেৰে অহা যোৱা কৰা ৰাইজ ৷ উপায়ন্তৰ হৈ সকলোৱে নিজৰ-নিজৰ বাহন দূৰৈত ৰাখিবলৈ বাধ্য হয় ৷ অৱশ্যে পথচাৰীৰ কোনোধৰণৰ ক্ষতি নকৰিলে নাহৰফুটুকীটোৱে ৷ কিছু সময় পদপথতে বিশ্ৰাম লৈ নাহৰফুটুকীটোৱে নিজেই গমন কৰে নাল্লামালা বনাঞ্চললৈ ৷

ABOUT THE AUTHOR

...view details