অসম

assam

National Tribal Dance Festival 2021: আদিবাসী মহোৎসৱত উজলিল ‘বিহু’

By

Published : Oct 29, 2021, 9:40 PM IST

Published : Oct 29, 2021, 9:40 PM IST

চট্টিছগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ত জিলিকি উঠিল অসমীয়াৰ প্ৰাণৰ বিহুটি ৷ ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অসমৰ বিহু নৃত্যই দৰ্শকৰ মন মোহগ্ৰস্ত কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details