নানাৰঙী ফুল ফুলি থকা, বিভিন্ন ফুলৰ সুগন্ধিয়ে আমোলমোলাই থকা পাহাৰীয়া ঠাইৰ নান্দনিক দৃশ্য সকলোৱে উপভোগ কৰিব বিচাৰে । যিফালেই চকু যায়, সেইফালেই কেৱল দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশ ৷ ৰঙা, নীলা, বগা, বেঙুনীয়া...চৌদিশে ফুল আৰু ফুল । ক’ত আছে এই বিশ্ববিখ্যাত পুষ্প উপত্যকা ?