অসম

assam

By

Published : Oct 30, 2020, 10:51 AM IST

ETV Bharat / videos

সমগ্ৰ বিশ্বৰ কোভিড-19ৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 4,53,21,659 ৰ সীমা য’ত মৃত্যুবৰণ কৰিছে 11,86,243 গৰাকী ব্যক্তিয়ে ৷ এই ভাইৰাছে বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 92,12,767 গৰাকী ব্যক্তি ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,34,177 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷ আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷ দেশখনত 80,88,046 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে 1,21,131 গৰাকী আক্ৰান্ত ব্যক্তিয়ে মৃত্যু সাৱটি লৈছে ৷

ABOUT THE AUTHOR

...view details