অসম

assam

ETV Bharat / videos

লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ বিৰোধী অভিযান

By

Published : Mar 28, 2022, 4:44 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ শেহতীয়াকৈ সোমবাৰে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে বান্দৰদেৱাৰ ২ নং পাৱৰ্তীপুৰত অভিযান চলাই ড্ৰাগছ সেৱনৰত অৱস্থাত দুগৰাকী অৰুণাচলী যুৱতীক আটক কৰে (Arunachali Girls arrests with Heroin) ৷ লগতে ড্ৰাগছ যোগন ধৰাৰ অৱস্থাত পত্নীসহ ক'ৰাই কুম্বাং নামৰ এজন লোককো আটক কৰে আৰক্ষীয়ে (Drugs smugglers arrested at Bihpuria) ৷ আৰক্ষীৰ এই অভিযানটোত দুই পেকেট সন্দেহজনক হেৰ'ইন (Heroin seized at Bihpuria) সহ দুটা চিৰিঞ্জ আৰু নগদ পাঁচহাজাৰ তিনিশ টকা উদ্ধাৰ কৰে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details