অসম

assam

ETV Bharat / state

পাঁচ মাহৰ পিছত পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে সঞ্জীৱ বিষ্টৰ পৰিয়ালে

পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগত ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালক ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাচতেই এক সভাৰ জৰিয়তে বহিষ্কাৰ প্ৰত্যাহাৰ কৰিলে গাঁৱৰ ৰাইজে ৷

By

Published : Aug 6, 2019, 12:39 PM IST

Updated : Aug 6, 2019, 3:29 PM IST

পাঁচ মাহৰ পিছত পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে সঞ্জীৱ বিষ্টৰ পৰিয়ালে

ওদালগুৰি, 6 আগষ্টঃ অৱশেষত 5 মাহৰ পাচত নিজ পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালে । পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগত ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল পৰিয়ালটোক। কেৱল সেয়াই নহয় অঞ্চলটোৰ ৰাইজে পিতৃৰ প্ৰেতকৰ্ম কৰাত বাধা প্ৰদান কৰিছিল ব্ৰাহ্মণক । অৱশেষত এই সন্দৰ্ভত ইটিভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাচতেই এক সভাৰ আয়োজন কৰি বৰ্জনৰ সিদ্ধান্ত উঠাই ল'লে গাঁৱৰ ৰাইজে ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন....

পাঁচ মাহৰ পিছত পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে সঞ্জীৱ বিষ্টৰ পৰিয়ালে
Last Updated : Aug 6, 2019, 3:29 PM IST

ABOUT THE AUTHOR

...view details