ওদালগুৰি, 11 জানুৱাৰী:অহা 20ৰ পৰা 22 জানুৱাৰীলৈ ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰীৰ দাউহাৰু পথাৰত অনুস্থিত হ'ব লগীয়া বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত ৷ অধিৱেশনৰ বাবে বড়ো পৰম্পৰাগত নৃত্যৰ আখৰাত ব্যস্তহৈ পৰিছে বড়ো যুৱক যুৱতী সকল ।
আগন্তুক বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি তুংগত
ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত অনুস্থিত হ'ব আগন্তুক বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন ৷ অধিবেশনৰ বাবে ব্যস্ত হৈ পৰিছে স্থানীয় লোকসকল ৷
বড়ো সাহিত্য সভা