অসম

assam

ETV Bharat / state

ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমাৰ উদ্যোগত স্বচ্ছতাৰ ৰেলী

মঙলবাৰে ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমাৰ উদ্যোগত স্বচ্ছতাৰ ৰেলী বাহিৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বচ্ছ ভাৰত অভিযানক অধিক গুৰুত্ব দিবলৈ ৰাইজক আহ্বান আয়োজক সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাৰ ৷

transparency rally in doomdooma
ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমাৰ উদ্যোগত স্বচ্ছতাৰ ৰেলী

By

Published : Dec 16, 2020, 9:47 AM IST

ডুমডুমা,16 ডিচেম্বৰ : ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাৰ উদ্যোগত মঙলবাৰে ডুমডুমাত বাহিৰ কৰা হয় স্বচ্ছতাৰ ৰেলী ৷ সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাৰ কাৰ্যলয়ত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কেইবাদিন ধৰি কাৰ্যালয়ৰ চৌপাশ চাফ-চিকুণ কৰাৰ লগতে বিভিন্ন প্লে-কাৰ্ড, শ্ল’গানেৰে বাহিৰ কৰা হয় এই ৰেলী ৷ স্বচ্ছতাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সজাগ কৰাৰ মানসেৰে 8 নংস্থিত কাৰ্যালয়ৰ পৰা ডুমডুমালৈ শোভাযাত্ৰা উলিওৱা হয় ।

ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমাৰ উদ্যোগত স্বচ্ছতাৰ ৰেলী

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বচ্ছ ভাৰত অভিযানক অধিক গুৰুত্ব দিবলৈ ৰাইজক আয়োজক সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমা শাখাই আহ্বান জনায় ।

লগতে পঢ়ক :ধেমাজি গোহাই গাঁও পঞ্চায়তত ব্যাপক অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details