অসম

assam

পথৰ দুৰাৱস্থাৰ বাবে সাঙী কৰি চিকিৎসালয়লৈ নিয়া হ’ল ৰোগীক

By

Published : Sep 29, 2020, 1:19 PM IST

পথৰ দুৰাৱস্থাৰ বাবে ৩ নং বৰহোলুঙৰ মিলনপুৰ গাঁৱৰ এগৰাকী ৰুগীয়া মহিলাক সাঙি কৰি চিকিৎসালয়লৈ নিবলগীয়া হয় ৷ প্ৰায় 1 কিলোমিটাৰ পথ সাঙি কৰি এম্বুলেঞ্চলৈ নিয়া হয় ৰুগীয়া মহিলাক ৷

Tinsukia Borhulung poor road condition
পথৰ দুৰাৱস্থাৰ বাবে সাঙী কৰি চিকিৎসালয়লৈ নিয়া হ’ল ৰোগীক

ডুমডুমা, 29 ছেপ্তেম্বৰঃতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহোলুঙ অঞ্চলত বাট-পথৰ দুৰাৱস্থাই দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজক ৷ পথৰ দুৰাৱস্থাৰ বাবে ৩ নং বৰহোলুঙৰ মিলনপুৰ গাঁৱৰ এগৰাকী ৰুগীয়া মহিলাক সাঙি কৰি চিকিৎসালয়লৈ নিবলগীয়া হয় ৷ সোমবাৰে মাজনিশা মলিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত এম্বুলেঞ্চক খবৰ দিয়া হয় যদিও পথৰ দুৰাৱস্থাৰ বাবে আধাতে ৰ’বলগীয়া হয় এম্বুলেঞ্চ ৷ যাৰ ফলত প্ৰায় 1 কিলোমিটাৰ পথ সাঙি কৰি এম্বুলেঞ্চলৈ নিয়া হয় ৰুগীয়া মহিলাগৰাকীক ৷

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বৰহোলুঙ অঞ্চলত পথৰ দুৰাৱ

ABOUT THE AUTHOR

...view details