অসম

assam

ETV Bharat / state

অৰুণাচলত এন পি পি আৰু কংগ্ৰেছ এৰি বিজেপি মুখি ৫০০ কৰ্মকৰ্তা - এন পি পি

দেশত এতিয়া নিৰ্বাচনী বতাহ ৷ পিছপৰি থকা নাই পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ । অৰুণাচল প্ৰদেশৰ পূব সংসদীয় সমষ্টিৰ লোকাং, বৰডুমচা আৰু নামচাই বিধান সভা সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনীয়া যুজ । বিগত সময়ত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নকৰাক লৈ উত্তাল হৈ পৰিছিল এই তিনিটা সমষ্টি ৷ এনেতে কালি নিশা অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত এন পি পি আৰু কংগ্ৰেছ দলৰ প্ৰায় 500 কৰ্মকৰ্তাই গেৰুৱা দলটোত যোগদান কৰে যাৰ ফলত অস্ৱস্তিত পৰিছে দুয়োটা দল ৷

অৰুনাচলত এন পি পি কংগ্ৰেছ শিবিৰত মুখ্যম আঘাত

By

Published : Mar 30, 2019, 11:11 AM IST

নিউজ ডেস্ক, মাৰ্ঘেৰিটা, 30 মাৰ্চ : অৰুণাচল প্ৰদেশত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ আৰু উত্তৰ পূৰ্বত নাগৰিকত্ব সংসোধনি বিধেয়কক লৈ চলা আন্দোলনৰ কোনো প্ৰৱভ নপৰে বৰঞ্চ বিগত বৰ্ষত কৈ আৰু অধিক আশন পাব বুলিহে মন্তব্য কৰে উপ মুখ্যমন্ত্ৰী চাওনা মেইনে ৷ 5 এপ্ৰিল তাৰিখে বৰডুমচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বি জে পিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্ৱাহ ৷

অৰুনাচলত এন পি পি কংগ্ৰেছ শিবিৰত মুখ্যম আঘাত

ABOUT THE AUTHOR

...view details