তিনিচুকীয়াত গৰু বিহু উদযাপন - তিনচুকীয়া
অসমীয়াৰ বাপতি সাহোন ৰাঙলী বিহুটিক লৈ উখল-মাখল সকলো অসমীয়াৰ মন ৷
গৰু বিহু
তিনচুকীয়া,14এপ্ৰিল: দেওবাৰে গৰু বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক লৈ উখল-মাখল অসমীয়াৰ মন প্ৰাণ । সমগ্ৰ ৰাজ্যতেই গৰু বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা গ'ল । ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে তিনিচুকীয়াতো উলহ-মালহেৰে উদযাপন কৰিলে গৰু বিহু । তিনিচুকীয়াৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন