- আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ কামাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ অন্য দুগৰাকী অভিযুক্ত
- তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পদ্ম চাউৰক (২৭)আৰু ৰূক্ম চাউৰক (২৫)
- দুয়োগৰাকী অভিযুক্ত বাৰেকুৰি বৰগাঁৱৰ পেটুৱা চাউৰক নামৰ এজন লোকৰ পুত্ৰ
- ইয়াৰ পূৰ্বে আৰক্ষীয়ে মিণ্টু চুতীয়া, বিতুপন চুতীয়া আৰু বিজিত চুতীয়া নামৰ তিনিগৰাকী লোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল
আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুই অভিযুক্ত - হত্যাকাণ্ড
টিংৰাইত অনুষ্ঠিত হোৱা অসম মৰাণ সভাৰ অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচীৰ পৰা উভতি অহাৰ পথত কামাণ্ডো গৰাকীক হত্যা কৰিছিল দুৰ্বৃত্তই ৷
আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত