অসম

assam

ETV Bharat / state

অভিলেখ ভংগ কৰিব প্ৰদান বৰুৱাইঃ বলিন চেতিয়া - Sadia

''সকলো অভিলেখ ভঙ্গ বিজেপি প্ৰাৰ্থী জয়ী হৈ নতুন অভিলেখ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হ'ব''।

শদিয়াত বিজেপি জয়ী হোৱাৰ দাবী বিধায়ক বলিন চেতিয়াৰ

By

Published : Apr 11, 2019, 9:55 PM IST


তিনিচুকীয়া,১১ এপ্ৰিলঃ ১৪নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ অন্তগত শদিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা জয়ী হোৱাৰ দাবী বিধায়ক বলিন চেতিয়াৰ ।

শদিয়াত বিজেপি জয়ী হোৱাৰ দাবী বিধায়ক বলিন চেতিয়াৰ

শদিয়া সমষ্টিটোত আগৰ সকলো অভিলেখ ভঙ্গ কৰি বহু ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা জয়ী হৈ নতুন অভিলেখ সৃষ্টি কৰিব বুলি মন্তব্য কৰে ৷ সমষ্টিটোত ভোটগ্ৰহণ চলি থকাৰ মাজতে স্থানীয় বিধায়ক বলিন চেতিয়াই শদিয়াৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ জয়ী নিশ্চিত বুলি দাবী কৰে ৷ লগতে কাকপথাৰতো প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা জগদীশ ভূঞাই ভোটদান কৰি বিজেপি জয়ী হব বুলি দাবী কৰাৰ লগতে "আকৌ এবাৰ মোডী চৰকাৰ" হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details