অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ - assu protest

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিতু ডেকাই উদ্বোধন কৰা সমদলটোৱে বিজেপি চৰকাৰ হুঁচিয়াৰ, বলিন চেতিয়া গ' বেক, আছু জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে কাকপথাৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

assu protest at Sadia
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

By

Published : Mar 20, 2021, 11:00 PM IST

শদিয়া,২০ মাৰ্চ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে কাকপথাৰত আছুৱে এক বৃহৎ মটৰ চাইকেল সমদল বাহিৰ কৰে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কাকপথাৰ চহৰ হৈ শতাধিক মটৰ চাইকেলে বিভিন্ন গাঁও পৰিভ্ৰমণ কৰিব সমদলটোৱে ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিতু ডেকাই উদ্বোধন কৰা সমদলটোৱে বিজেপি চৰকাৰ হুঁচিয়াৰ, বলিন চেতিয়া গ' বেক, আছু জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে কাকপথাৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

ABOUT THE AUTHOR

...view details