অসম

assam

ETV Bharat / state

তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ!

দেওবাৰে পেঙেৰী সেনা চাউনীত পেঙেৰীৰ টেকেৰী গাঁৱৰ যুৱক বগা বড়াক আসুৰিক অত্যাচাৰ সেনাৰ

By

Published : Aug 25, 2019, 2:40 PM IST

তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ

  • তিনিচুকীয়াত পুনৰ নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ
  • দেওবাৰে পেঙেৰী সেনা চাউনীত পেঙেৰীৰ টেকেৰী গাঁৱৰ যুৱক বগা বড়াক আসুৰিক অত্যাচাৰ সেনা বাহিনীৰ
    তিনিচুকীয়াত নিৰীহক অত্যাচাৰ সেনাবাহিনীৰ
  • পুৱা শোৱা পাটিৰ পৰা উঠাই নি বগা বড়াক সেনাবাহিনীৰ জোৱানে লাঠীৰে মৰিয়াই মৰিয়াই পুখুৰীত জুবুৰিয়াই থয়
  • যুৱকজনৰ ওপৰত সেনা বাহিনীৰ এনে আসুৰিক অত্যাচাৰৰ কাৰণ ৰহস্যৰ আৱৰ্তত
  • স্থানীয় আৰক্ষী থানাত খবৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি সেনাৰ

ABOUT THE AUTHOR

...view details