- পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত বৰডুমচাৰ ৰিতু কঁঠালগুৰিৰ পৰা ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) জব্দ
- আৰক্ষীৰ অভিযানত ১৯ কিলোগ্ৰাম গাঞ্জা (ভাং) সহ দুজনক আটক
- আটকাধীন দুজন মাকুমৰ ধনজ্যোতি ডাঙৰীয়া আৰু পেঙেৰী কঠালগুৰি গাঁৱৰ সোণকণ বৰুৱা বুলি জানিব পৰা গৈছে
- আটকাধীন দুজনৰ পৰা আৰক্ষীয়ে AS 23 K 1009 নম্বৰৰ এখন বলেৰ' বাহনো জব্দ কৰিছে
- বৰডুমচাৰ মহাদেৱপুৰৰ পৰা বলেৰ' বাহনত গাঞ্জা (ভাং) খিনি ৰিতু কঁঠালগুৰিলৈ নি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে
বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই
পেঙেৰী আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত আটক ধনজ্যোতি ডাঙৰীয়া আৰু সোণকণ বৰুৱা ৷
বৰডুমচাত 19 কিলো গাঞ্জাসহ আটক দুই