অসম

assam

ETV Bharat / state

মানকাচৰত গৃহৰক্ষী জোৱানৰ দেহত কৰ'ণা ভাইৰাছ

দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাত কৰ্মৰত দুগৰাকী গৃহৰক্ষী জোৱান কোভিড-১৯ ত আক্ৰান্ত হয় । মানকাচৰ থানাৰ দুগৰাকী হোম গাৰ্ড জোৱান ক্ৰমে ৰাম প্ৰসাদ হাজং আৰু নবিৰ হুছেইনৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ ।

Two new corona positive fund in south salmara district
Two new corona positive fund in south salmara district

By

Published : Jul 1, 2020, 5:25 PM IST

ধুবুৰী, ১ জুলাই : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাত কৰ্মৰত দুগৰাকী গৃহৰক্ষী জোৱান কোভিড-১৯ ত আক্ৰান্ত হয় । মানকাচৰ থানাৰ দুগৰাকী হোম গাৰ্ড জোৱান ক্ৰমে ৰাম প্ৰসাদ হাজং আৰু নবিৰ হুছেইনৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ ।

মানকাচাৰত গৃহৰক্ষী জোৱানৰ দেহত কৰ'ণা পজিটিভ

বুধবাৰে হোম গাৰ্ড দুগৰাকীক এম্বুলেঞ্চেৰে হাটশিঙিমাৰী চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় প্ৰশাসনে । এই ঘটনাৰ পিচতেই যিকোনো মূহুৰ্তত স্বাস্থ্য বিভাগে আৰক্ষী থানাখনক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিব পাৰে ।

মানকাচাৰত গৃহৰক্ষী জোৱানৰ দেহত কৰ'ণা পজিটিভ

আনহাতে, থানা খনৰ আটাইকেইজনৰ স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰি কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে । এখন আৰক্ষী থানাৰ দুজনকৈ গৃহৰক্ষী জোৱান কৰ'ণাত আক্ৰান্ত হোৱাৰ পিচতে কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে জিলা খনত ।

মানকাচাৰত গৃহৰক্ষী জোৱানৰ দেহত কৰ'ণা পজিটিভ

লগতে পঢ়ক : মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি

ABOUT THE AUTHOR

...view details