- মানকাচাৰ আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী সহ গ্ৰেপ্তাৰ এক
- মানকাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত যোৱা তহলদাৰী বাহিনীৰ জব্দ নিচাজাতীয় দ্ৰব্যখিনি
- কেশাৰভিটা গাঁৱৰ জয়নাল হকৰ পুত্ৰ লালচান্দ মিঞাক আটক আৰক্ষীৰ
- ( R-7 ) ৰ 9 টা পেকেট সহ মুঠ 1550 টা টেবলেট উদ্ধাৰ লালচান্দৰ পৰা মানকাচাৰত ড্ৰগছসহ আটক 1
মানকাচাৰত ড্ৰাগছসহ আটক 1 - DRUGS
দেওবাৰে আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেট সহ কেশাৰভিটা গাঁৱৰ পৰা আটক লালচান্দ নামৰ এজন যুৱক ৷

মানকাচাৰত ড্ৰগছসহ আটক 1