তেজপুৰ,৭ মাৰ্চ:ভাৰতীয় সেনাৰ গজৰাজ কৰ্পচৰ অপাৰেশ্যনেল বিভাগৰ এখন জৰুৰী বৈঠক শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীৰ সেনা চাউনীত অুষ্ঠিত হয় ৷ এই বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব,আৰক্ষী সঞ্চালক প্ৰধান গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব আৰু অন্যান্য আৰক্ষী বিষয়াও উপস্থিত থাকে ৷ অন্যান্য সুৰক্ষা বিভাগৰ বি এছ এফ,চি আৰ পি এফ ,এচ এচ বি আদিয়ে অংশগ্ৰহণ কৰে এই বৈঠকত ৷
উত্তৰ পূৰ্বাঞ্চলৰ আইন শংখলা আৰু নিৰাপত্তা সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হয় ৷ ১৯৯০ চনত অসমৰ মুখ্য সচিবৰ নিৰ্দেশত আৰু জি অ চি গজৰাজ কৰ্পচৰ অপাৰেশ্যনেলৰ দ্বায়িত্ব গ্ৰহণ কৰা তেজপুৰৰ গজৰাজ কৰ্পচ আজিও উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী অভিযানৰ মুখ্য দ্বায়িত্বত আছে ৷
ৰাজ্যৰ আইন শৃংখলা সন্দৰ্ভত ইউনিফাইড কামাণ্ডৰ বৈঠক - Uified Command Meeting in Guwahati Narengi Assam Etv Bharat News
বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব,আৰক্ষী সঞ্চালক প্ৰধান গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব আৰু অন্যান্য আৰক্ষী বিষয়াও উপস্থিত থাকে ৷
ৰাজ্যৰ আইন শৃংখলা সন্দৰ্ভত ইউিফাইড কামাণ্ডৰ বৈঠক
Last Updated : Mar 7, 2020, 3:58 PM IST