অসম

assam

By

Published : Mar 15, 2019, 11:58 AM IST

ETV Bharat / state

চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভুগিব বিজেপিয়ে : ৰয়েল চৰেং

নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল

চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভুগিব বিজেপিয়ে

তেজপুৰ, 15 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ তুংগত দেশৰ ৰাজনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল । বৃহস্পতিবাৰে তেজপুৰতচাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এৰিয়া টকা আদায় নিদিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক তথা চি পি আই (এম) দলৰ নেতা ৰয়েল চৰেঙে ৷ চাহ শ্ৰমিক ৰাইজক কৰি অহা চৰম প্ৰতাৰণাৰ ফল এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰে ভুগিব লাগিব বুলি মন্তব্য কৰে চি পি আই (এম) দলৰ নেতাগৰাকীয়ে ৷

চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভুগিব বিজেপিয়ে

ABOUT THE AUTHOR

...view details